দহটা টিপচ্…
দহটা টিপচ্…
©কপিল দাস
১)সুখৰ পিছত নদৌৰিব, সৰু সৰু কামবোৰ নিষ্ঠাৰে কৰি যাওক-আপুনি নজনাকৈয়ে সুখী হৈ পৰিব ৷
২) সমস্যাবোৰক লৈ মূৰ নঘমাৱ, সুস্থিৰ মগজুৰে সমস্যাবোৰৰ সৈতে মোকাবিলা কৰক, নিশ্চয় সফল হ'ব ৷
৩)যিকোনো সমস্যাত পৰি আত্মহত্যাৰ কথা ভুলতো মনলৈ নানিব, নিজৰ জীৱনটোতকৈ সমস্যাবোৰ কোনোপধ্যেই ডাঙৰ হ'ব নোৱাৰে ৷
৪)সম্পৰ্কবোৰক আমি শ্ৰদ্ধা কৰিবলৈ শিকা উচিত
৷ কিয়নো আত্মঅহংকাৰ, স্বাৰ্থপৰতা ,অদূৰদৰ্শীতা ইত্যাদিয়ে সম্পৰ্ক এটাৰ মৃত্যু ঘটাব পাৰে ৷
৫)কাৰোবাৰ প্ৰৰোচনাত পৰি কাৰোবাক দুখ দিয়াৰ দৰে ভুল কেতিয়াওঁ নকৰিব, কাৰণ ভুলটো কৰাৰ পিচত আপোনাৰ পৰা দুখপোৱাজনে আপোনাৰ কাষলৈ কেতিয়াওঁ উভতি নাহিব আৰু যিজনে আপোনাক প্ৰৰোচনা কৰিবলৈ শিকাইছিল তেওঁৰ পৰা আপুনি কোনো ভাল চিন্তা আশা কৰিব নোৱাৰে ৷
৬) আপোনাৰ সৰু সৰু কৰ্মই যদি কাৰোবাৰ মুখত হাঁহি আঁকি দিব পাৰে, সেই সুখৰ অংশীদাৰ কেৱল আপুনিয়েই হ'ব পাৰিব ৷
৭) আপোনাৰ প্ৰিয়জনক ব্যস্ততাৰ মাজতো কিছু সময় দিয়কচোন ৷ সুখী কৰিবলৈ দামী উপহাৰৰ প্ৰয়োজন নাই, আপোনাৰ কথা-বতৰা, মৰম আৰু যত্নই প্ৰিয়জনক সুখী কৰি তুলিব আৰু নিজেও সেই সুখৰ অংশীদাৰ হ'ব পাৰিব ৷
৮)যিয়ে আপোনাৰ কথা প্ৰতিবাদ নকৰাকৈ মানি লয়, তেওঁক কেতিয়াৰ দুখ দিয়াৰ কথা নাভাবিৱ ৷ তেনেলোকেই আনৰ সুখৰ বাবে নিজৰ কথা চিন্তা নকৰে ৷
৯)ভাগ্যক ধিয়াই বহি নাথাকিব, কৰ্ম কৰিলেহে ভাগ্যই আহি ধৰা দিব ৷
১০) অসত্য কথা এটাৰে দিয়া ক্ষন্তেকীয়া সুখতকৈ সত্য কথা এটাৰে দিয়া সামান্য দুখেই শ্ৰেয় ৷
(ভাল লাগিলে শ্বেয়াৰ কৰিব)

Subscribe to:
Posts (Atom)