কেইটামান সাধাৰণ টিপচ্-



১)প্ৰয়োজনতকৈ অধিক আশা নকৰিব , ই আমাক কষ্ট দিব পাৰে ৷

২)নোপোৱাবোৰ এৰাই চলিব ৷
 
৩)দুখ পাব পৰা উৎসৰ পৰা সদায় আতৰত থাকিব ৷
 
৪)আপোনাৰ যি আছে তাতেই সন্তুষ্ট থাকক ৷
 
৫)জীৱন এবাৰেই গতিকে ইয়াৰ এটা দিনো নষ্ট নকৰি স্ফূৰ্তিত কটাওঁক ৷
 
৬) আপোনাক প্ৰিয় বুলি ভৱা ব্যক্তি সকলক কেতিয়াওঁ দুখ নিদিব কাৰন আমি জানো প্ৰিয় ব্যক্তিৰ পৰা পোৱা দুখ কিমান কষ্টকৰ ৷
 
৭) কাৰো সৈতে বিশ্বাসঘটকতা নকৰিব, এবাৰ বিশ্বাস হেৰাই গলে সেই বিশ্বাস ঘুৰাই পোৱাটো বহত কঠিন ৷

৮) সন্দেহ কৰি কাৰোবাক বেয়াকৈ কোৱাৰ পৰা বিৰত থাকক কাৰন আপোনাৰ সন্দেহ মিচা বুলি প্ৰমানিত হ'বওঁ পাৰে কিন্তু আপুনি বেয়াকৈ কোৱাৰ পিছত অানজনে পোৱা দুখখিনি আপুনি কেতিয়াও মচি পেলাব নোৱাৰে ৷

৯) প্ৰিয়জনৰ কেতিয়াবা ভুল হ' ব পাৰে, সেই ভুলক ক্ষমা কৰি দি ভালপোৱাৰ পৰিচয় দিয়ক ৷(যদিওঁ বাৰে বাৰে নহয়)

১০)আপুনি জন্ম হোৱাৰ দিনা কান্দিছিল আৰু সকলোৱে হাঁহিছিল, জীৱনটোত এনেকুৱা কিবা কৰক যাতে আপোনাৰ মৃত্যুত সকলোৱে কান্দে ৷
                                  (ভাল লাগিলে শ্বেয়াৰ কৰিব)

No comments:

Post a Comment